▁ ▂ ▄ ▅ ▆ ▇ █ Durga Puja █ ▇ ▆ ▅ ▄ ▂ ▁

Republic Day

"...শৰৎ আহিলে শেৱালি ফুলিলে আহিনৰ আকাশত মেঘে নাচিলে..."

Happy DURGA PUJA

In Advance

Image 1

পূজাৰ নামত অকালতে যমৰ আলহী হোৱা নিষ্পাপ জীৱ জন্তুৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে কাতৰ প্ৰাৰ্থনা জনাইছোঁ | আজিৰ দিনত বলি বিধানৰ মাধ্যমেৰে ভগৱানক সন্তুষ্ট কৰাৰ ধাৰণা মুঠেই সমৰ্থন যোগ্য নহয় | ইয়াৰ বিপৰীতে মানুহৰ মনৰ মাজত থকা লোভ মোহ কাম ক্ৰোধ ইত্যাদি অনিষ্টকাৰী ৰিপুসমুহ নাশ কৰিব পাৰিলেহে সমাজত সকলোৰে মাজত শান্তি শৃংখলা অটুট থাকিব | গতিকে আহক দেৱীৰ পূজাৰ নামত আমি আমাৰ মনৰ মাজত থকা অনিষ্টকাৰী ৰিপু সমুহ বলিদান হিচাপে আগবঢ়াও... জয় মা দূৰ্গা... Happy Durga Puja



Image 2 image 3


image 4

Republic Day
Click Here to Share on Whatsapp